पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰস शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰস   বিশেষ্য

अर्थ : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ

उदाहरण : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে

पर्यायवाची : স্রাৱ

अर्थ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ

उदाहरण : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়

पर्यायवाची : নি্র্যাস, মন্দ

अर्थ : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ

उदाहरण : ৰস কেইবাপ্রকাৰৰ আছে

अर्थ : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

उदाहरण : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

पर्यायवाची : আনন্দ, মজা

अर्थ : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে

उदाहरण : নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়

अर्थ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

उदाहरण : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

पर्यायवाची : অর্ক, আৰক, নি্র্যাস, মূল, ্সাৰ অংশ