सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ হাত নাই
उदाहरण : ভিক্ষা খোজি থকা হাত নথকা ব্যক্তিজনৰ ওপৰত মোৰ দয়া উপজিল
अर्थ : যাৰ হাত নাই বা হাত নথকা ব্যক্তি
उदाहरण : ৰায়পুৰৰ এজন বাহুহীন ব্যক্তিয়ে ভৰিৰে লিখি স্নাতক ডিগ্রি লাভ কৰিলে
पर्यायवाची : বাহুহীন
इंस्टॉल करें