सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
उदाहरण : পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
पर्यायवाची : সহস্র
अर्थ : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
उदाहरण : পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
पर्यायवाची : হেজাৰ
अर्थ : দহ শ
उदाहरण : তেওঁ ্মোৰ পৰা হাজাৰ টকা ধাৰ লʼলে
पर्यायवाची : এহাজাৰ, এহেজাৰ, সহস্র, হেজাৰ
इंस्टॉल करें