सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এটা দলত এঘাৰজনকৈ খেলুৱৈ হৈ দুটা দলে হকী মাৰিৰ সহায়ত বল খেলা এক ধৰণৰ খেল
उदाहरण : হকী ভাৰতৰ ৰাষ্ট্রীয় খেল
पर्यायवाची : হকী খেল
अर्थ : কাঠেৰে তৈয়াৰ কৰা ঘোৰ খোৱা মূৰবিশিষ্ট এক ধৰণৰ খেলৰ আহিলা যাৰ সহায়ত বল খেলিব পৰা যায়
उदाहरण : খেলপথাৰত খেলুৱৈৱে হাতত হকী লৈ বলৰ পিছত দৌৰি আছিল
इंस्टॉल करें