सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভিতৰলৈ সোমাই যোৱা কাৰ্য
उदाहरण : মাটিত সোমোৱাৰ কাৰণে অট্টালিকাটো সৰি পৰিল
पर्यायवाची : পোত যোৱা
अर्थ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
उदाहरण : এই টেমাটোত সাত কিলো আটা সোমায়
पर्यायवाची : ভৰোৱা
अर्थ : ভিতৰলৈ যোৱা
उदाहरण : তেওঁ পঢ়িবৰ কাৰণে অধ্যয়ন কক্ষত প্রৱেশ কৰিলে
पर्यायवाची : প্রৱেশ কৰা
इंस्टॉल करें