सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য
उदाहरण : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে
अर्थ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
उदाहरण : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
पर्यायवाची : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ
अर्थ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়
उदाहरण : বাহন ভ্রমণৰ এক মাধ্যম
पर्यायवाची : মাধ্যম
अर्थ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
उदाहरण : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
पर्यायवाची : উপকৰণ, সামগ্রী
इंस्टॉल करें