सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
उदाहरण : ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
अर्थ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
उदाहरण : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে
पर्यायवाची : দল, মণ্ডল, মণ্ডলী
अर्थ : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
उदाहरण : ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
पर्यायवाची : সংস্থা
इंस्टॉल करें