सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
उदाहरण : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
पर्यायवाची : অংক
अर्थ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
उदाहरण : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
पर्यायवाची : অংক, খণ্ড, নম্বৰ
अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
उदाहरण : এক কোটি বহুত ডাঙৰ সংখ্যা
पर्यायवाची : অংক, অঙ্ক, ৰাশি
अर्थ : সংখ্যাৰ চিহ্ন
उदाहरण : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
पर्यायवाची : অংক, অঙ্ক
अर्थ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
उदाहरण : আহতৰ সংখ্যা বহুত বেছি
इंस्टॉल करें