सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
उदाहरण : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
पर्यायवाची : ক্লাছ
अर्थ : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
उदाहरण : তুমি কোন শ্রেণীত পঢ়া ?
पर्यायवाची : কক্ষা, ক্লাছ, মহলা
अर्थ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
उदाहरण : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
पर्यायवाची : সমুদায়, ্বর্গ
अर्थ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
उदाहरण : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
पर्यायवाची : গোট, বর্গ
अर्थ : কোনো কোঠাত উপস্থিত লোক
उदाहरण : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
पर्यायवाची : কোঠা
इंस्टॉल करें