सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
उदाहरण : দহৰ দহ গুণ এশ
पर्यायवाची : এশ, ১০০
अर्थ : এশ বছৰ কাল
उदाहरण : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি
पर्यायवाची : শতাব্দী, শতিকা
अर्थ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
उदाहरण : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
पर्यायवाची : শ
अर्थ : এশৰ সমূহ বা গোট
उदाहरण : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
अर्थ : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
उदाहरण : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে
इंस्टॉल करें