सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উপদ্রৱ কৰি জপিওৱা
उदाहरण : যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে
पर्यायवाची : লৰা ঢপৰা
अर्थ : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ
उदाहरण : মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে
पर्यायवाची : দৌৰা-দৌৰি
इंस्टॉल करें