सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
उदाहरण : দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
पर्यायवाची : লেপন দিয়া
अर्थ : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
उदाहरण : ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে
अर्थ : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন
उदाहरण : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে
पर्यायवाची : মচা, লিচা, লেও দিয়া, লেপন দিয়া, লেপা
अर्थ : লেপ লগাই থোৱা
उदाहरण : তেওঁ ্ছাঁই লিপি থোৱা বাচনবোৰ ধুই আছে
पर्यायवाची : লিপি থোৱা, লিপ্ত
इंस्टॉल करें