सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
उदाहरण : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
पर्यायवाची : প্রলোভন
अर्थ : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
उदाहरण : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
पर्यायवाची : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ
अर्थ : প্রবল অভিলাষ বা তীব্র ইচ্ছা
उदाहरण : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল
इंस्टॉल करें