सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
उदाहरण : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
पर्यायवाची : চকৰি
अर्थ : কাঠ আদিৰে তৈয়াৰী খুব ঘূৰাব পৰা সৰু খেলনা বিশেষ
उदाहरण : লʼৰা-ছোৱালীবোৰে চকৰী নচুৱাই আছে
पर्यायवाची : চকৰী, লাটিম
अर्थ : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
उदाहरण : লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
पर्यायवाची : লাটিম
इंस्टॉल करें