सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি লিপিত লাও ভাষা লিখা হয়
उदाहरण : লাওৰ মুদ্রণ স্পষ্ট হোৱা নাই
पर्यायवाची : লাও লিপি
अर्थ : থাইলেণ্ড তথা লাওচ দেশৰ মেকং নদীৰ পাৰত বসতি কৰা বৌদ্ধ লোকৰ ভাষা
उदाहरण : বৌদ্ধ ভিক্ষুকসকলে লাওত কিবা কথা কৈ আছে
पर्यायवाची : লাও ভাষা, লাও-ভাষা
अर्थ : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
उदाहरण : লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
अर्थ : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
उदाहरण : সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
पर्यायवाची : লাওচিয়ান
इंस्टॉल करें