सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
उदाहरण : তেওঁ এজন ্ সাহসী সৈনিক
पर्यायवाची : চিপাহী, জোৱান, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
अर्थ : যিজনে যুদ্ধ কৰে
उदाहरण : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে
पर्यायवाची : যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা, সংগ্রামী, ৰণুৱা
अर्थ : যুদ্ধত কাম অহা
उदाहरण : ভাৰতে ৰুছ দেশৰ পৰা চাৰিখন যুঁ্জাৰু বিমান ক্রয় কৰিলে
अर्थ : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
उदाहरण : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
पर्यायवाची : যুঁজন্ত্া, যুঁজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা
इंस्टॉल करें