सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
उदाहरण : মোৰ ধনৰ মোনাটো চুৰি হʼল
पर्यायवाची : জোলোঙা, বেগ
अर्थ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
उदाहरण : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
पर्यायवाची : জোলোঙা
अर्थ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
उदाहरण : ককাই ৰচীদবোৰ মোনাত ৰাখে
पर्यायवाची : বেগ
अर्थ : মোনাৰ বস্তু
उदाहरण : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে
पर्यायवाची : বস্তা, বেগ
इंस्टॉल करें