सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰছী আদিত থকা পাক
उदाहरण : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়
पर्यायवाची : গোঁঠনি, পাক
अर्थ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
उदाहरण : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
पर्यायवाची : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা
अर्थ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
उदाहरण : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
पर्यायवाची : মেচ
अर्थ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
उदाहरण :
पर्यायवाची : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
अर्थ : ঘূৰা কার্য ্বা অৱস্থা
उदाहरण : এই ৰাস্তাটোত বহুত মেৰ আছে
पर्यायवाची : ঘেৰ
अर्थ : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে
उदाहरण : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে
इंस्टॉल करें