सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
उदाहरण : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
पर्यायवाची : জুইশলা, দিয়াচলাই, মেচ বক্স
अर्थ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
उदाहरण : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
पर्यायवाची : মেৰ
अर्थ : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
उदाहरण : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
इंस्टॉल करें