सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
उदाहरण : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
पर्यायवाची : বোজা
अर्थ : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
उदाहरण : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
पर्यायवाची : বোজ, বোজা
अर्थ : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ
उदाहरण : এই বস্তুটোৰ ওজন কিমান?
पर्यायवाची : ওজন, গধুৰতা, ভৰ
अर्थ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
उदाहरण : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
अर्थ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
उदाहरण : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
इंस्टॉल करें