सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
उदाहरण : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
पर्यायवाची : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
अर्थ : পৃথক বা বেলেগ হোৱা
उदाहरण : মুন্নাৰ এটা দাঁত ভাগিল
अर्थ : যিটো ভাঙিছে বা ভঙ্গ হৈছে
उदाहरण : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
पर्यायवाची : খণ্ডিত, বিখণ্ডিত, ভগ্ন, ভঙা, ভঞ্জিত
अर्थ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
उदाहरण : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
पर्यायवाची : দী্র্ণ, বিদী্র্ণ, ভগা-ছিগা, ভগ্ন, ভঙা, ভঙা-ছিঙা
इंस्टॉल करें