सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভাষাৰ জ্ঞান থকা
उदाहरण : মই তামিল নুবুজোঁ
पर्यायवाची : বুজা
अर्थ : ধ্যান বা বোধলৈ অহা
उदाहरण : এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
अर्थ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
उदाहरण : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
पर्यायवाची : জনা
अर्थ : কিহবাৰ স্বভাৱ বা গুণ আদি জনা
उदाहरण : মই তেওঁক বুজিব পৰা নাই
पर्यायवाची : জনা, বুজা
इंस्टॉल करें