सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি লিপিৰ দ্বাৰা বুগী ভাষা লিখা হয়
उदाहरण : বুগী লিপিত টাটু আদি অঁকা হয়
पर्यायवाची : বুগী লিপি
अर्थ : ছুলাৱেসী দ্বীপৰ জনসাধাৰণে কোৱা ভাষা
उदाहरण : তেওঁ বুগী ভাষা ভালকৈ কʼব পাৰে
पर्यायवाची : বুগী ভাষা
अर्थ : ছুলাৱেসী দ্বীপৰ অধিবাসী
उदाहरण : তেখেতে বুগীসকলৰ সৈতে ব্যৱসায় কৰিবলৈ গৈছে
इंस्टॉल करें