सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো ঠেক বা সৰু নহয়
उदाहरण : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
पर्यायवाची : আহল-বহল
अर्थ : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে
उदाहरण : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে
पर्यायवाची : বহুল, ব্যাপক
अर्थ : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত
उदाहरण : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক
पर्यायवाची : বহল, বিশদ
अर्थ : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল
उदाहरण : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো
पर्यायवाची : বিশদ
इंस्टॉल करें