पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিধান शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিধান   বিশেষ্য

अर्थ : সংসদৰ দ্বাৰা অধিনিয়ম গৃহীত কৰা কার্য

उदाहरण : ইয়াৰ বিধান অতি জৰুৰী

पर्यायवाची : আইন

अर्थ : কার্য ্কৰাৰ ৰীতি বা প্রণালী

उदाहरण : সংসাৰত সকলো বিধিৰ বিধান অনুসৰি চলে

अर्थ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

उदाहरण : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

पर्यायवाची : অধিনিয়ম, আইন, আইন-কানুন, কানুন, বিধি