सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
उदाहरण : বালীক ভগৱান ৰামে মাৰিছিল
अर्थ : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
उदाहरण : বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু
पर्यायवाची : বালী দ্বীপ
अर्थ : বালী দ্বীপৰ লোকৰ ভাষা
उदाहरण : তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
पर्यायवाची : বালী ভাষা
अर्थ : যি লিপিত বালী ভাষা লিখা হয়
उदाहरण : বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
पर्यायवाची : বালী লিপি
इंस्टॉल करें