सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
उदाहरण : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
पर्यायवाची : গাঁথি, গ্রন্থি, ডোৰ, বান্ধ, বান্ধোন
अर्थ : কোনো বিশেষ কাম কৰাৰ বাধ্য-বাধকতা
उदाहरण : ৰোগীৰ খোৱা-বোৱাত বান্ধোন লগাওক
पर्यायवाची : বান্ধোন
अर्थ : বন্ধা কার্য ্বা ভাব
उदाहरण : চোৰটোৱে হাজাৰ চেষ্টা কৰিও বান্ধোনটো খুলিব নোৱাৰিলে
इंस्टॉल करें