सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
उदाहरण : আজি শচীনে ভাল খেলিলে
पर्यायवाची : ভাল, ভালদৰে
अर्थ : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে
उदाहरण : মোৰ ভাল , আপোনাৰ ভালনে ?
पर्यायवाची : ভাল
अर्थ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
उदाहरण : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
अर्थ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
उदाहरण : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
इंस्टॉल करें