सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো ঠাইৰ মাজৰ খালী অংশ
उदाहरण : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
पर्यायवाची : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র
अर्थ : ছেদ কৰা কার্য
उदाहरण : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
पर्यायवाची : ছেদন
अर्थ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
उदाहरण : এই ঢোলকটো ফুটি থাকিল
पर्यायवाची : ফুটি থকা
अर्थ : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য
उदाहरण : কলহটো ফুটিল
पर्यायवाची : ভগ্ন হোৱা
अर्थ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
उदाहरण : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব
इंस्टॉल करें