सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু মেৰিয়াই বান্ধিবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ বা প্লাষ্টিক আদিৰে তৈয়াৰ কৰা দীঘল ৰছী
उदाहरण : ফ্রক চোলাটোত লগোৱা ৰঙীণ আৰু চিকমিকীয়া ফিটাডাল ধুনীয়া লাগিছে
पर्यायवाची : ৰিবন
अर्थ : দূৰত্ব জোখা এক মাপক
उदाहरण : তেওঁ ফিটাৰে পথটো জুখি আছে
पर्यायवाची : টেপ
अर्थ : যাৰ জৰিয়তে কোনো বস্তু বন্ধা হয়
उदाहरण : তেওঁ এতিয়ালৈকে জোতাৰ ফিটা বান্ধিব নাজানে
इंस्टॉल करें