सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
उदाहरण : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
पर्यायवाची : ফলমূল
अर्थ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
उदाहरण : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
पर्यायवाची : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল
अर्थ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
उदाहरण : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
पर्यायवाची : প্ৰতিফল
इंस्टॉल करें