सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
उदाहरण : প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
पर्यायवाची : প্রশান্ত মহাসাগৰ
अर्थ : যি উদ্বিগ্ন নহয়
उदाहरण : মোহনৰ জীৱন নিৰুদ্বিগ্ন
पर्यायवाची : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, শান্ত
अर्थ : যাৰ চিত্ত স্থিৰ
उदाहरण : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
पर्यायवाची : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত
इंस्टॉल करें