सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
उदाहरण : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
पर्यायवाची : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
अर्थ : যিটো আৱশ্যক হয়
उदाहरण : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
पर्यायवाची : মুখ্য, মূল
अर्थ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
उदाहरण : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
पर्यायवाची : মুখ্য
अर्थ : যি কোনো ক্ষেত্রৰ প্রধান
उदाहरण : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
पर्यायवाची : অগ্রগণ্য, অগ্রণী, প্রমুখ, মুখ্য, শ্রেষ্ঠ
अर्थ : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
उदाहरण : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
पर्यायवाची : প্রাথমিক, মুখ্য
इंस्टॉल करें