सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
उदाहरण : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
पर्यायवाची : ৰাজ্য
अर्थ : কোনো প্রদেশত বসবাস কৰা লোক
उदाहरण : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে
पर्यायवाची : প্রান্ত, ৰাজ্য
अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
उदाहरण : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
पर्यायवाची : দেশ, প্রান্তৰ, ৰাজ্য
अर्थ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
उदाहरण : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
पर्यायवाची : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান
अर्थ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
उदाहरण : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
इंस्टॉल करें