सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ চক্রান্তত পৰা কার্য
उदाहरण : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
पर्यायवाची : ফন্দি, ফান্দ
अर्थ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
उदाहरण : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
पर्यायवाची : কপাট
अर्थ : তর্জুৰ ্পাল্লা
उदाहरण : তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
पर्यायवाची : পালা
इंस्टॉल करें