सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শিলৰ টুকুৰা
उदाहरण : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
पर्यायवाची : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড
अर्थ : সৰু আকাৰৰ শিল
उदाहरण : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
पर्यायवाची : শিল, শিলগুটি
अर्थ : মুত্রাশয় আদিত পাথৰৰ সৰু-সৰু টুকুৰা জমা হোৱা এবিধ ৰোগ
उदाहरण : শ্যামে এজন নামী চিকিৎসকৰ সৈতে পাথৰৰ চিকিৎসাৰ কৰিলে
अर्थ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
उदाहरण : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
पर्यायवाची : প্রস্তৰ, শিল, শিলাখণ্ড
अर्थ : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
उदाहरण :
पर्यायवाची : শিলগুটি
अर्थ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
पर्यायवाची : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিল, শিলা, ষ্টোন
इंस्टॉल करें