सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
उदाहरण : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
अर्थ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
उदाहरण : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
पर्यायवाची : পীৰা
अर्थ : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
उदाहरण : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
पर्यायवाची : চিল্ক, ৰেচম, ৰেছম
इंस्टॉल करें