सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
उदाहरण : পাচিটোৰ গোটেইবোৰ আম পকা
पर्यायवाची : পৰিপক্ক হোৱা
अर्थ : দিশ পৰিব্্র্তন ্ কৰা
उदाहरण : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল
पर्यायवाची : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা
अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
उदाहरण :
पर्यायवाची : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা
अर्थ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
उदाहरण : তেওঁ ্ পকা আম খাই আছে
पर्यायवाची : পৰিপক্ক
अर्थ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
उदाहरण : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
पर्यायवाची : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
अर्थ : পুঁজেৰে ভৰি থকা
उदाहरण : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
पर्यायवाची : গেলা
इंस्टॉल करें