सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
उदाहरण : পাচিত ৰখা ফলবোৰ গেলিছে
पर्यायवाची : গেলা, টেঙা হোৱা
अर्थ : অধিক সময় ধৰি পৰি থকাৰ কাৰণে যি দুর্গন্ধযুক্ত বা পচিবলৈ ধৰিছে
उदाहरण : ভিখাৰীয়ে পঁ্চা খাদ্য খাই আছে
अर्थ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
उदाहरण : খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
पर्यायवाची : উৱলা
इंस्टॉल करें