अर्थ : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে
उदाहरण :
দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে
पर्यायवाची : সংস্থাপনহীন
अर्थ : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা
उदाहरण :
দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে
पर्यायवाची : বেৰোজগাৰ