सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কামত বা কথাত মানা কৰা
उदाहरण : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
पर्यायवाची : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
अर्थ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
उदाहरण : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
पर्यायवाची : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা
अर्थ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
उदाहरण : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
पर्यायवाची : অস্বীকাৰ
अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
उदाहरण : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
पर्यायवाची : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত
अर्थ : যিয়ে সহমত পোৱা নাই
उदाहरण : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
पर्यायवाची : অসন্মতি, অস্বীকৃত, সহমতহীন
इंस्टॉल करें