सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
उदाहरण : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
पर्यायवाची : অৱতৰণ
अर्थ : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
उदाहरण : ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
पर्यायवाची : হাউলা
अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা
उदाहरण : মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে
इंस्टॉल करें