सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
उदाहरण : সোমবাৰ সপ্তাহৰ প্রথম দিন
पर्यायवाची : অহ্ন, দিৱস, বাসৰ, বাৰ
अर्थ : নিশ্চিত বা উচিত সময়
उदाहरण : আজি মোৰ লʼৰাটোৰ জন্ম দিন
पर्यायवाची : দিৱস
अर्थ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
उदाहरण : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
पर्यायवाची : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
अर्थ : ভাল সময়
उदाहरण : সকলোৰে সুদিন আহে
पर्यायवाची : সুদিন
अर्थ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
उदाहरण : এদিনত আঠটা প্রহৰ থাকে
पर्यायवाची : তিথি, দিৱস
अर्थ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
उदाहरण : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
अर्थ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
उदाहरण : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
अर्थ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
उदाहरण : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
पर्यायवाची : কাল, যুগ
इंस्टॉल करें