सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
उदाहरण : আজিকালি আলুৰ দাম বহুত বাঢ়িল
पर्यायवाची : দৰ
अर्थ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
उदाहरण :
पर्यायवाची : দৰ, নিৰিখ, বেচ, ভাও, মূল্য, হাৰ
अर्थ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
उदाहरण : হীৰাৰ মূল্য জহুৰীয়েহে জানে
पर्यायवाची : মূল্য
इंस्टॉल करें