सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দলিত ্বর্গৰ সদস্য
उदाहरण : চৰকাৰে দলিতৰ বিকাশৰ কাৰণে শক্তিশালী পদক্ষেপ লʼব লাগে
पर्यायवाची : দলিত ব্যক্তি
अर्थ : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
उदाहरण : বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
पर्यायवाची : পদদলিত
अर्थ : যি দৰিদ্র আৰু পীড়িত
उदाहरण : চৰকাৰে দলিত সমাজৰ বিকাশৰ কাৰণে কাম কৰা উচিত
इंस्टॉल करें