सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উত্তৰৰ সন্মুখৰ দিশ
उदाहरण : মোৰ ঘৰ ইয়াৰ পৰা দক্ষিণত আছে
पर्यायवाची : দখিণ
अर्थ : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
उदाहरण : দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
अर्थ : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
उदाहरण : সুৰেশ দক্ষিণৰ অধিবাসী
अर्थ : দক্ষিণৰ সৈতে সম্বন্ধ থকা
उदाहरण : সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
पर्यायवाची : দক্ষিণী
इंस्टॉल करें