सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
उदाहरण : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
पर्यायवाची : থৈ অহা
अर्थ : বেয়া হʼবলৈ নিদিয়া
उदाहरण : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি
पर्यायवाची : ৰখা
अर्थ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
उदाहरण : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
अर्थ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত
उदाहरण : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া
पर्यायवाची : ঢলা, বকা, ৰখা
इंस्टॉल करें