सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
उदाहरण : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
पर्यायवाची : থকা
अर्थ : বঞ্চিত হোৱা
उदाहरण : সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল
पर्यायवाची : ৰৈ যোৱা
अर्थ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
उदाहरण : বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
इंस्टॉल करें