सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সেই অনুসৰি
उदाहरण : উচ্চ আদর্শৰ ্কথা সকলোৱে কয় কিন্তু তদনুৰূপ কিমান মানুহ চলে?
पर्यायवाची : তদনুযায়ী, তদনুসাৰে, তদনুসৰি
अर्थ : তাৰ সমান বা ৰূপৰ
उदाहरण : গণেশৰ মূর্তিটোৰ তদনুৰূপ আৰু দহটা মূর্তি সাজি দিয়ক
अर्थ : যিটো হয় বা হৈছে, সেই অনুসৰি বা প্রথমটোৰ অনুসৰি
उदाहरण : গুৰুৰ আদেশৰ তদনুৰূপ আদর্শ ্মানি চলা উচিত
पर्यायवाची : তদনুকূল
इंस्टॉल करें