सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
उदाहरण : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
पर्यायवाची : নোট
अर्थ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
उदाहरण : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
अर्थ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
उदाहरण : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
पर्यायवाची : কপি কৰা, নকল কৰা, লিখা
इंस्टॉल करें